Tuesday, August 4, 2009
প্ৰণৱ কুমাৰ বৰ্মনৰ এটি কবিতা
তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো ?
তোমাৰ বাবেই মোৰ শব্দৰ গুহাত গজি উঠে হুমুনিয়াহ
পাণ বজাৰলৈ নাজাবা সন্ধিয়া,
সান্ধ্য আইনেৰে মাতাল দিঘলী পুখুৰীৰ পাৰ
অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ
কিমান অশান্ত বতাহ নিশান্তৰ কামনা
সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই
তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম ড'ৰিকণা
মোৰ একোৱাৰিয়ামত নাচিবলৈ
মই ড'ৰিকণা ধৰিবলৈ বৰশী নাবাও
তোমাৰ দুখৰ পোছাক ধুবলৈ মই ধোবাও
তুমি কি ভাল পোৱা গৰমত? চিত্ৰা, মিৰিন্দা নে থামচাপ ?
আমেৰিকা আমাৰ বাবে ঘৃণণীয় শব্দ
ঘোলা পানীত কলেৰা খাই যৌবনপ্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ
তুমি কি ভাল পোৱা? মেড'না নে মাইকেল জেকচন
মোক বধিৰ কৰি পেলোৱা সাগৰিকা
Finally found an awesome course.....
Objective: To provide an understanding of the quantum nature of light and to teach how quantum optics serves as a test bed for the foundations of quantum mechanics
Pre-requisite: Course in advanced quantum mechanics
Contents:
Quantum theory of light: field quantization, lamb shift, quantum beats
Quantum theory of coherence: Photon detection and quantum coherence functions first order coherence and Young’s double source experiment, second order coherence, Physics behind Hanburry-Brown and Twiss experiment, interference of two photons, photon antibunching, Poissonian and sub-Poissonian light, photon counting and photon statistics
Classical and nonclassical light: coherent, Fock and squeezed states of light, coherent state as an eigen state of annihilation operator and as a displaced harmonic oscillator state, properties of coherent state, Physics of squeezed states, squeezed state and uncertainty relation, squeezed coherent state, quadrature variance, multimode squeezing, squeezing via nonlinear optical processes, applications of squeezed states for quantum noise reduction beyond standard shot noise limit
EPR paradox, hidden variables,
Quantum nondemolition (QND) measurement: conditions for QND, QND measurement of photon number by optical Kerr effect and by dispersive atom- field coupling, QND measurement in optical parametric processes
Quantum optical tests of complimentarity: A micro maser which path detector, quantum eraser and quantum optical Ramsey fringes.
We were worried about the course thinking that the instructor may go on teaching stuffs like LASER etc which we had already done last year. But it appears to be quite opposite. The foundation of quantum mechanics is one of the toughest problems yet to be solved completely and lots of research works are still going on. So hopefully this course will give us a good feeling of that field of which we never got any exposure.
Thursday, July 30, 2009
কিছুমান ক'ব নলগীয়া কথা....
নাহিলা দেখোন
তোমাৰ অবিহনে কটোৱা দিনবোৰৰ
হিচাপ লব নাহা নেকি ?
আহিবা কেতিয়াবা, মই নাথাকিলেও
মোৰ কোঠাৰ চুকে কোণে থকা
আধাপোৰা চিগাৰেট আৰু কফিৰ উদং
গিলাচবোৰক লগ কৰিবা ।
সিহঁতে দিব তোমাক মোৰ ডায়েৰীখন,
সেই নিদ্রাহীন নিশাবোৰৰ এক খতিয়ান
তুমি কাৰ প্রেমত বলিয়া আজি ?
তোমাৰ সেই হাঁহি, সেই মধুৰ পৰশ আজি
মোৰ বাবে যেন এক ইন্চ'মনিয়া
ব'ম্বেৰ আকাশত যদি তৰা দেখিলোহেঁতেন
তৰা গণি ৰজনী কটালোহেঁতেন ।
তোমাৰ চুবুৰীত কুকুৰৰ ভুকনি শুনানে আজিকালি ?
আগতে তোমাৰ তালৈ চোৰৰ দৰে যাওঁতে যে
কুকুৰে ভুকিছিল মনত আছেনে ?
মই জানো, আজি মোৰ কথা শুনিবলৈ তোমাৰ আহৰি নাই
কিন্তূ মই তথাপিও বাট চাম,
পুনৰ সেই জীৱন ঘূৰাই পোৱাৰ আশাত.............
মোৰ বাবে আনে লিখা এটি কবিতা....
প্ৰেৰণাৰ উষ্ণ ভাষাবোৰ মোৰ জোনাকী দুহাতত
সৃষ্টিৰ এটি সেউজ বাঁহী
বাঁহীৰ সুৰত মোৰ অনুভৱ
তুমি নজনাকৈয়ে তোমাৰ স্থিতি মোৰ হৃদয় উপত্যকাত
জোনাক নিশাৰ দৰে মায়াময়
তুমি নজনাকৈয়ে দুচকুৰ গভীৰতাত মই মোক বিচাৰি পাওঁ
অৰণ্যৰ মাজত, যি অৰণ্যত মাথোঁ ভালপোৱাৰ সেউজ নিমন্ত্ৰণ
তুমি নজনাকৈয়ে কেতিয়াবা তোমাৰ চকুৰ মেঘত
প্ৰত্যক্ষ কৰোঁ আকাশৰ উচুপনি
তুমি নজনাকৈয়ে তুমি মোৰ ওচৰলৈ আহা
পুৱাতে প্ৰেমৰ একাঁজলি ৰ’দ হৈ
Wednesday, July 29, 2009
Ridiculous.....:(
Positron excess in cosmic rays is not being possible to explain with existing numerial packages...:(
Wednesday, July 22, 2009
My Recent Home Trip
I also visited Tezpur University this time. It was a beautiful newly built campus. I met some old friends there. Hope I would be able to visit that campus again. In the last week of my stay I went to a place called Deopani in Karbi-Anglong district. The journey was great, we went through Kaziranga National Forest, Nambor forest and Gorompani to reach that place. There was a very old Durga Mandir there. Although I am not very religious kinda guy yet I enjoyed the journey.
Now after coming back to Mumbai, I am feeling so home-sick. May be I will need one or two weeks to get adjusted. I am also worried about my work in this semester. My guide will not be in Mumbai and I have to be here to do some stupid compulsory coursework. Anyway hope to do some good work of my own.